logo

প্ৰাক্তন কংগ্ৰেছ সাংসদ বীৰেণছিং ইংতিৰ পুত্ৰ ক্লেংদুন ইংতি সহ ছমৰজিত হাফলংবাৰৰ বিজেপিত যোগদান

প্ৰাক্তন কংগ্ৰেছ সাংসদ বীৰেণছিং ইংতিৰ পুত্ৰ ক্লেংদুন ইংতি সহ ছমৰজিত হাফলংবাৰৰ বিজেপিত যোগদান

গুৱাহাটীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত শুকুৰবাৰে  বিজেপিত আনুষ্ঠানিক ভাবে যোগদান কৰে নেতা দ্বয়ে ৷

ক্লেংদুন ইংতি বোকাজান মহকুমাৰ প্ৰাক্তন বিধায়ক আৰু ছমৰজিত হাফলংবাৰ ডিমা হাছাওৰ প্ৰাক্তন চিইএম আছিল

ছমৰজিত হাফলংবাৰ প্ৰাক্তন বিধায়ক আৰু কংগ্ৰেছৰ মুখপাত্ৰ পদতো অধিষ্ঠিত হৈছিল

বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ উপস্থিত গেৰুৱা বসন পৰিধান কৰে নেতাদ্বয়ে

0
365 views